খান ছাৰ
অৱয়ব
পেছাগতভাৱে খান ছাৰ (ইংৰাজী: Khan Sir) নামেৰে পৰিচিত ফৈজল খান (জন্ম ১৯৯৩) বিহাৰৰ পাটনাত বাস কৰা এজন ভাৰতীয় শিক্ষক আৰু ইউটিউবাৰ। তেওঁ ভাৰতত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এটা প্ৰশিক্ষক কেন্দ্ৰ চলায়।[১]
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- পৰাজয় হ’ল এনে এক শিক্ষা, যিয়ে আপোনাক অধিক উৎকৃষ্ট হ’বলৈ সুযোগ দিয়ে৷[২]
- শিক্ষা এক এনেকুৱা অস্ত্ৰ, যি সকলো কু-ৰীতি; যিকোনো সমস্যাৰ সৈতে যুঁজ দিব পাৰে, আৰু ই এনেকুৱা অস্ত্ৰ যি ধাতু সংসূচক যন্ত্ৰতো (ইংৰাজী: metal detector) ধৰা নপৰে৷[৩]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Meet Khan Sir, Everyone's Favourite Online 'Guru' Who Has Impacted Lives of 21 Million (en ভাষাত). প্ৰকাশক: News18 (4 August 2023).
- ↑ हार तो वो सबक है जो आपको बेहतर होने का मौका देती है । Defeat is the lesson that gives you a chance to be better.. প্ৰকাশক: Hindibasic.com. আহৰণ কৰা হৈছে: 1 ডিচেম্বৰ 2023.
- ↑ ["https://www.youtube.com/embed/TWSCCmFQteY?si=Vys-VHX0Yg8xx9BB&start=345&end=356" Meet Khan Sir].
