ৰাল্ফ ৱাল্ডো এমাৰছন
অৱয়ব
(এমাৰছনৰ পৰা পুনঃনিৰ্দেশিত)
ৰাল্ফ ৱাল্ডো এমাৰছন (ইংৰাজী: Ralph Waldo Emerson; ২৫ মে' ১৮০৩ – ২৭ এপ্ৰিল ১৮৮২) এজন আমেৰিকান দাৰ্শনিক, ৰচনাকাৰ আৰু কবি আছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সততাৰ একমাত্ৰ পুৰস্কাৰ হ'ল সততা, আনৰ বন্ধুত্ব লাভ কৰাৰ একমাত্ৰ উপায় হ'ল নিজে তেওঁৰ বন্ধু হোৱা।
- আমাৰ সন্মুখত বা আমাৰ পিছত কি আছে সেয়া ডাঙৰ কথা নহয় ৷ ডাঙৰ কথা আমাৰ নিজৰ ভিতৰত কি আছে সেই কথাটো জানিব পৰাটোতহে ৷