ৱিলিয়াম ৰালফ ইঞ্জ
অৱয়ব
(উইলিয়াম ৰালফ ইঞ্জৰ পৰা পুনঃনিৰ্দেশিত)
ৱিলিয়াম ৰালফ ইঞ্জ (ইংৰাজী: William Ralph Inge; ৬ জুন ১৮৬০ – ২৬ ফেব্ৰুৱাৰী ১৯৫৪), বা জনপ্ৰিয়ভাৱে ডিন ইঞ্জ, এজন ইংৰাজ লেখক, কেম্ব্ৰিজৰ ঈশ্বৰত্বৰ অধ্যাপক আৰু ছেইণ্ট পল কেথেড্ৰেলৰ ডীন আছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- গণতন্ত্ৰৰ প্ৰধান অসুবিধা হ’ল এইটোৱেই যে এই ব্যৱস্থাত মানুহৰ মূৰৰ ওজন নলৈ কেৱল সেইবোৰ গন্তি কৰা হয়৷