সমললৈ যাওক

ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ

ৱিকিউদ্ধৃতিৰ পৰা

ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ হৈছে অসমীয়া সাহিত্যিক নিৰুপমা বৰগোহাঞি ৰচিত এখনি উপন্যাস। এই উপন্যাসখন লেখিকাৰ পৈত্ৰিক গাঁও নলবাৰী চহৰৰ অনতি দূৰৈৰ পাগলাদিয়া নদীৰ পাৰৰ শিমলিয়া গাঁৱৰ পটভূমিক আংশিকভাৱে লৈ লেখিকাই ৰচনা কৰিছে।[]

  1. বৰগোহাঞি, নিৰুপমা (২০১৯)। ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ। ষ্টুডেন্টচ্ ষ্ট'ৰচ্।