সমললৈ যাওক

আৰ্থাৰ এশ্ব

ৱিকিউদ্ধৃতিৰ পৰা

আৰ্থাৰ জেমছ ৰিচাৰ্ড এশ্ব (ইংৰাজী: Arthur James Richard Ash, জন্ম: ৩০ ছেপ্টেম্বৰ, ১৯০৬ – মৃত্যু: ১৫ জানুৱাৰী, ১৯৮৮) ব্ৰিটিছ কলম্বিয়াৰ এজন ব্যৱসায়ী আৰু ৰাজনৈতিক ব্যক্তি আছিল। ১৯৪৮ চনৰ পৰা ১৯৫২ চনলৈকে তেওঁ ব্ৰিটিছ কলম্বিয়াৰ বিধানসভাত এজন লিবাৰেল হিচাপে ছানিচক প্ৰতিনিধিত্ব কৰিছিল।

  • তুমি য'ত আছা, তাৰ পৰাই আৰম্ভ কৰা; তোমাৰ যি আছে, তাকে ব্যৱহাৰ কৰা আৰু যি কৰিবা পাৰা, তাকে কৰা।[]
  1. আৰ্থাৰ এশ্ব. "বাণী", পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ১৯ অক্টোবৰ ২০২২.