সমললৈ যাওক

আনন্দ (চলচ্চিত্ৰ)

ৱিকিউদ্ধৃতিৰ পৰা

আনন্দ (Anand) ১৯৭১ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষী ভাৰতীয় চলচ্চিত্ৰ। হৃষিকেশ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে ৰাজেশ খান্নাই। অমিতাভ বচ্চন, সুমিতা সন্যাল, ৰমেশ দেৱ আৰু সীমা দেৱ আছিল সহকাৰী অভিনয় শিল্পী।

  • বাবুমোশাই, জীৱনটো ডাঙৰ হ’ব লাগে, দীঘল নহয়।
  • যেতিয়ালৈ জীৱিত আছোঁ তেতিয়ালৈ মৰা নাই, যেতিয়া মৰি যাওঁ তেতিয়াটো ময়েই নাই।
  • আমি আহিবলগীয়া দুখখিনিক টানি-আজুৰি বৰ্তমানৰ সুখলৈ লৈ আহোঁ, আৰু বৰ্তমানৰ সুখখিনিত বিষ মিহলি কৰি দিওঁ।

ভাস্কৰ বেনাৰ্জী

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  • আনন্দ মৰা নাই, আনন্দ নমৰে।