অতনু ভট্টাচাৰ্য
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
অতনু ভট্টাচাৰ্য (জন্ম: ১৯৬৭) এগৰাকী কবি, গল্পকাৰ, সম্পাদক আৰু গল্পকথক। বৰ্তমানলৈকে তেখেতৰ ৪খন কবিতাৰ পুথি, ৪খন গল্পপুথিৰ উপৰিও অন্যান্য সৃষ্টিশীলমূলক প্ৰবন্ধ সংকলন, সাক্ষাৎকাৰমূলক গ্ৰন্থ প্ৰকাশ হৈছে।
উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]
- অকলে অকলে খোজ কাঢ়িলে বতাহৰ সৈতে কথা পাতিব পৰা যায়, গুণগুণাই মন ভাল লগা গানৰ দুশাৰী ওঁঠলৈ আনিব পৰা যায়, নিজক আৰু অলপ বুজিব পৰা যায়।[১]
বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]
উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ↑ অতনু ভট্টাচাৰ্য,'বৰষুণৰ চেতাৰ', পৃষ্ঠা- ৬৩, আখৰ প্ৰকাশ, ২০০৯