নীতি শ্লোক

ৱিকিউদ্ধৃতিৰ পৰা

নীতি শ্লোক হৈছে লোকসমাজত প্ৰচলিত সংস্কৃত মূলৰ শ্লোক। এই শ্লোকসমূহ ঘাইকৈ জনসাধাৰণক নীতিশিক্ষা বা জ্ঞান দিবৰ বাবে ৰচিত।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ছাত্ৰানং অধ্যয়নং তপঃ (ছাত্ৰসকলৰ পঢ়া-শুনাই তপস্যা৷)
  2. মৌনং সন্মতি লক্ষণম (মৌনতা সন্মতিৰ লক্ষণ)
  3. মাৰ্জাৰ গমনে শুদ্ধি (মেকুৰীয়ে খোজ দিলেই সি শুচি হয়)
  4. অতিথি দেৱো ভৱ (অতিথি দেৱতাসদৃশ)

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]