নীতি শ্লোক
অৱয়ব
নীতি শ্লোক হৈছে লোকসমাজত প্ৰচলিত সংস্কৃত মূলৰ শ্লোক। এই শ্লোকসমূহ ঘাইকৈ জনসাধাৰণক নীতিশিক্ষা বা জ্ঞান দিবৰ বাবে ৰচিত।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ছাত্ৰানং অধ্যয়নং তপঃ (ছাত্ৰসকলৰ পঢ়া-শুনাই তপস্যা৷)
- মৌনং সন্মতি লক্ষণম (মৌনতা সন্মতিৰ লক্ষণ)
- মাৰ্জাৰ গমনে শুদ্ধি (মেকুৰীয়ে খোজ দিলেই সি শুচি হয়)
- অতিথি দেৱো ভৱ (অতিথি দেৱতাসদৃশ)