ট্ৰুমেন কেপোট
ট্ৰুমেন কেপোট (৩০ ছেপ্টেম্বৰ ১৯২৪ - ২৫ আগষ্ট ১৯৮৪), এজন আমেৰিকান লেখক আছিল।
উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]
- “বিফলতা হৈছে এনে এবিধ মছলা, যি সফলতাক ইয়াৰ সোৱাদ প্ৰদান কৰে৷”[১]
- “উত্তৰ নোপোৱা প্ৰাৰ্থনাতকৈ উত্তৰ পোৱা প্ৰাৰ্থনাই অধিক চকুলো নিগৰায়।”[২]