ট্ৰুমেন কেপোট
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক

ট্ৰুমেন কেপোট (৩০ ছেপ্টেম্বৰ ১৯২৪ - ২৫ আগষ্ট ১৯৮৪), এজন আমেৰিকান লেখক আছিল।
উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]
- “বিফলতা হৈছে এনে এবিধ মছলা, যি সফলতাক ইয়াৰ সোৱাদ প্ৰদান কৰে৷”[১]
- “উত্তৰ নোপোৱা প্ৰাৰ্থনাতকৈ উত্তৰ পোৱা প্ৰাৰ্থনাই অধিক চকুলো নিগৰায়।”[২]
উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ↑ কেপোট, ট্ৰুমেন. "বাণী", ২ ছেপ্টেম্বৰ, ২০২১,.পৃষ্ঠাসমূহ. ৬. আহৰণ কৰা হৈছে ১০ ছেপ্টেম্বৰ ২০২১.
- ↑ কেপোট, ট্ৰুমেন (1986)। Answered Prayers। আহৰণ কৰা হৈছে: ৫ জুলাই ২০২৩।