কাৰ্ল গোৱেৎস

ৱিকিউদ্ধৃতিৰ পৰা

কাৰ্ল গোৱেৎস (ইংৰাজী: Carl Goetz; জন্ম : ১০ এপ্ৰিল ১৮৬২; মৃত্যু : ১৫ আগষ্ট ১৯৩২) আছিল অষ্ট্ৰিয়াৰ এজন মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা। চলচ্চিত্ৰৰ নিৰ্বাক যুগ আৰু সবাক যুগৰ আৰম্ভণিৰ কালছোৱাত তেওঁ প্ৰায় সত্তৰখন ছবিত অভিনয় কৰিছিল। তেখেত ইহুদী মূলৰ ব্যক্তি আছিল।[১]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • মানুহৰ হাত দুখনে কেৱল দিবহে পাৰে; কিন্তু দান কৰিব পাৰে হৃদয়েহে।[২]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Prawer, S.S. (2005)। Between Two Worlds: The Jewish Presence in German and Austrian Film, 1910-1933। Berghahn Books, পৃষ্ঠা:213।
  2. নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰ, ২০২০

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: