কাৰ্ল গোৱেৎস
অৱয়ব
কাৰ্ল গোৱেৎস (ইংৰাজী: Carl Goetz; জন্ম : ১০ এপ্ৰিল ১৮৬২; মৃত্যু : ১৫ আগষ্ট ১৯৩২) আছিল অষ্ট্ৰিয়াৰ এজন মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা। চলচ্চিত্ৰৰ নিৰ্বাক যুগ আৰু সবাক যুগৰ আৰম্ভণিৰ কালছোৱাত তেওঁ প্ৰায় সত্তৰখন ছবিত অভিনয় কৰিছিল। তেখেত ইহুদী মূলৰ ব্যক্তি আছিল।[১]
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মানুহৰ হাত দুখনে কেৱল দিবহে পাৰে; কিন্তু দান কৰিব পাৰে হৃদয়েহে।[২]