সমললৈ যাওক

সদস্য:Askar Ruqaim

ৱিকিউদ্ধৃতিৰ পৰা

শনিবাৰ
২৩
নৱেম্বৰ


আস্কৰ আলী (জন্ম: ১৯৯৮ নভেম্বৰ ২৬) হ'ল এজন অসমীয়া উইকিপিডিয়াত অংশগ্ৰহণকাৰী। তেজপুৰ, অসমত জন্ম গ্ৰহণ কৰা আস্কৰ আলীয়ে বৰ্তমানে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত অধ্যয়ন কৰি আছে।

তেজপুৰত ১৯৯৮ চনৰ ২৬ নভেম্বৰত জন্ম গ্ৰহণ কৰা আস্কৰ আলী প্ৰাথমিক শিক্ষা তেজপুৰৰ পৰা আৰম্ভ কৰে। তাৰ পিছত আলীয়ে পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু দৰং কলেজত শিক্ষা প্ৰাপ্ত কৰিছে। বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত অধ্যয়ন কৰি আছে। []

  • ই-মেইল: askar.geofil@gmail.com

ৱিকিপিডিয়া পছন্দ

[সম্পাদনা কৰক | উৎস সম্পাদনা]
পছন্দৰ বিষয়
  • অসমীয়া সাহিত্য
  • অসমীয়া সংস্কৃতি
  • ইতিহাস
  • বিজ্ঞান

বৈশিষ্ট্য

  • জন্মস্থান: তেজপুৰ, অসম
  • শিক্ষাগত যোগ্যতা: স্নাতকোত্তৰ
  • শিক্ষাপ্ৰতিষ্ঠান: তেজপুৰ বিশ্ববিদ্যালয়
  • বিশেষত্ব: অসমীয়া ৱিকিপিডিয়াত অৱদান

যোগাযোগ

  • ই-মেইল: askar.geofil@gmail.com
  1. তৰুৰাগ (মে, ২০২৪). আহৰণ কৰা হৈছে: ২০২৪.