ৰেশমা কুৰেশ্বী

ৱিকিউদ্ধৃতিৰ পৰা

ৰেশমা কুৰেশ্বী (ইংৰাজী: Reshma Qureshi ) এগৰাকী ভাৰতীয় মডেল, ব্লগাৰ আৰু এচিড বিৰোধী কৰ্মী। তেওঁ মেক লাভ নট স্কাৰছ (Make Love Not Scars. ) নামৰ অভিযানৰ প্ৰমুখ। তেওঁ নিজেও এগৰাকী এচিদ আক্ৰমণৰ ভূক্তভোগী আছিল। তেওঁ বহু কেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ফেশ্বন শ্ব’ত বহু কেইজন প্ৰখ্যাত ফেশ্বন ডিজাইনাৰৰ হৈ ৰেম্পত কেটৱক কৰিছে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • এই কেটৱক মোৰ বাবে গুৰুত্বপূৰ্ণ আছিল। কাৰণ মোৰ দৰে ইমানবোৰ ছোৱালী আছে, যাৰ এচিড আক্ৰমণৰ পৰা জীৱন ৰক্ষা পৰিছে, ইয়াৰ দ্বাৰা তেওঁলোকক সাহস দিয়া হ'ব। আৰু ই চেহেৰাৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰা মানুহবোৰক এইটোও বুজাই দিব যে বেটুপাতটো চায়ে কিতাপখনৰ বিষয়ে ধাৰণা লোৱা উচিত নহয়।
    • ৰেম্পত খোজকঢ়া অভিজ্ঞতা সম্পৰ্কে কুৰেশ্বীৰ ভাষ্য। উৎস: কস্মপলিটান

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w: