ৰিয়া শৰ্মা

ৱিকিউদ্ধৃতিৰ পৰা

ৰিয়া শৰ্মা এগৰাকী সমাজ কৰ্মী আৰু ২০১৭ চনৰ বাবে ইউনিচেফৰ গ্ল'বেল গ'লছ এৱাৰ্ড লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়।[১] শৰ্মা ভাৰতত এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা লোকসকলৰ পুনৰ্বাসনৰ সকলো দিশতে কাম কৰা বেচৰকাৰী সংস্থা মেক লাভ নট স্কাৰছৰ প্ৰতিষ্ঠাপক।[২]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. “তথ্যচিত্ৰখনৰ শ্বুটিং কৰি থাকোঁতে মই চৰকাৰী হস্পিতাল এখনৰ বাৰ্নৱাৰ্ড এটাত যাবলগীয়া হৈছিল। ৱাৰ্ডত যি দেখিলো, তাৰপিছত বহু কথাই চিৰদিনৰ বাবে সলনি হৈ গ'ল। একেলগে ইমান দুখজনক কাহিনীৰ সাক্ষী কেতিয়াও হবলগীয়া হোৱা নাছিল। ইমান বেদনাদায়ক কথাই কেতিয়াও মোক স্পৰ্শ কৰা নাছিল। আপুনি যেতিয়া তেনে পৰিস্থিতি মুখামুখী হয়, আপোনাৰ হাতত দুটা বিকল্প থাকে; হয় আপুনি নিজৰ আৰামদায়ক জীৱনলৈ ঘুৰি যাব, নহ’লে আপুনি আন কাৰোবাৰ জীৱনক আৰমদায়ক কৰিবলৈ চেষ্টা কৰিব।[৩] (এচিদ আক্ৰমণৰ বলি হোৱা মহিলাসকলৰ প্ৰসংগত পাব্লিক ৰেডিঅ' ইন্টাৰনেচনেলক দিয়া সাক্ষাৎকাৰ)

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. "Meet the winners of the 2017 Global Goals Awards", UNICEF. (in en-US)
  2. "Meet The Members | Make Love Not Scars", Make Love Not Scars. (in en-US)
  3. "This 23-year-old woman just opened India's first rehab clinic for acid attack survivors." Public Radio International. N.p., n.d. Web. 14 March 2017

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: