ৰবীনা টেণ্ডন

ৱিকিউদ্ধৃতিৰ পৰা
ৰবীনা টেণ্ডন

ৰবীনা টেণ্ডন ( ইংৰাজী: Raveena Tandon; জন্ম: ২৬ অক্টোবৰ ১৯৭২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী ছবিত কাম কৰে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • আপুনি আপোনাৰ কুকুৰটো খায় নেকি? গৰু, ছাগলী, ম’হ, গাহৰিৰ আৱেগ আৰু বুদ্ধিমত্তাৰ স্তৰ একে, সিহঁতেও বিষ, বিচ্ছেদ আৰু অত্যাচাৰ অনুভৱ কৰে। ভেগান (নিৰামিষভোজী) হৈ যাওক।
    • ৩১ আগষ্ট, ২০২১ তাৰিখে কৰা টুইটৰ পৰা উদ্ধৃত। উৎস: chennaimemes.in

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: