সমললৈ যাওক

ৰবাৰ্ট ফ্ৰ'ষ্ট

ৱিকিউদ্ধৃতিৰ পৰা
ৰবাৰ্ট ফ্ৰ'ষ্ট(১৯১০)

ৰবাৰ্ট ফ্ৰ'ষ্ট (ইংৰাজী: Robert Frost; সম্পূৰ্ণ নাম: ৰবাৰ্ট লী ফ্ৰ'ষ্ট; Robert Lee Frost; জন্ম: ২৬ মাৰ্চ ১৮৭৪ – মৃত্যু: ২৯ জানুৱাৰী ১৯৬৩) এজন আমেৰিকাৰ কবি আছিল। ৰবাৰ্ট ফ্ৰ'ষ্টে বাস্তৱিক গ্ৰাম্য জীৱন সমূহ তেওঁৰ ৰচনাৱলী সমূহত অংকন কৰিছিল আৰু তেওঁ আমেৰিকান কথিত ভাষা (American colloquial speech)-ত নৈপুণ আছিল। এইবোৰ কাৰণতেই তেওঁক উচ্চ শাৰীৰ ব্যক্তি সকলৰ মাজত এজন বুলি গণ্য কৰা হয়।[] তেওঁৰ কৰ্মৰাজিৰ মূল বিষয়বস্তু বিংশ শতিকাৰ প্ৰথম ভাগৰ ইংলেণ্ডৰ গ্ৰাম্য অঞ্চল সমূহ আছিল। ইয়াৰ দ্বাৰাই তেওঁ জটিল সামাজিক দাৰ্শনিক আৰু বিষয়বস্তু সমূহ পৰীক্ষা কৰিছিল। সেই সময়ৰ এজন জনপ্ৰিয় আমেৰিকাৰ কবি হিচাপে পৰিচিত, ৰবাৰ্ট ফ্ৰ'ষ্টে কাব্য-চৰ্চাৰ বাবে তেওঁৰ জীৱনকালত চাৰিবাৰকৈ পুলিৎজাৰ বঁটাৰে সন্মানিত হৈছিল।

  • আমি ভালপোৱা বস্তুবোৰ পছন্দ কৰো।
  • জীৱনৰ বিষয়ে শিকি অহা সকলোবোৰ কথা তিনিটা শব্দত সামৰি ল’ব পাৰো — ই চলি থাকে।
    • ৰবাৰ্ট আই ফিটজেৰীৰ সম্পাদিত দ্য হাৰ্পাৰ বুক অৱ কোটেচনছ (১৯৯৩), পৃ. ৪১৯
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: