ৰতন টাটা
অৱয়ব
ৰতন টাটা (জন্ম: ২৮ ডিচেম্বৰ ১৯৩৭) হৈছে ভাৰতৰ এগৰাকী বিশিষ্ট উদ্যোগপতি। ১৯৮১ চনত তেওঁ টাটা উদ্যোগৰ "ডাইৰেক্টৰ" হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৯১ চনত টাটা গ্ৰুপৰ "চেয়াৰমেন" পদত ৰতন টাটাক নিযুক্তি দিয়া হয়।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- জীৱনত আগুৱাই যাবলৈ উত্থান-পতনৰ গুৰুত্ব বহুত বেছি। আনকি ই.চি.জিৰ ক্ষেত্ৰটো সমান ৰেখাৰ অৰ্থ — মৃত বুলি ধৰা হয়।[১]
- খাদ্যক আপোনাৰ ঔষধ হিচাপে ব্যৱহাৰ কৰক। নহ’লে আপুনি ঔষধক খাদ্য হিচাপে ব্যৱহাৰ কৰিব লাগিব৷[২]
- লোহাক কোনেও ধ্বংস কৰিব নোৱাৰে, কিন্তু লোহাৰ নিজৰ মামৰেই তাক ধ্বংস কৰিব পাৰে! একেধৰণে, আন কোনেও এজন মানুহক ধ্বংস কৰিব নোৱাৰে, সি তাৰ নিজৰ মানসিকতাৰেই ধ্বংস হয়৷[৩]
- লোকে আপোনাৰ ফালে দলিয়াই দিয়া পাথৰবোৰ বুটলি নিয়ক আৰু এটি স্মৃতিস্তম্ভ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰক৷[৩]
- মই সঠিক সিদ্ধান্ত গ্ৰহণ কৰা বিশ্বাস নকৰোঁ। মই সিদ্ধান্ত লওঁ আৰু তাৰপিছত সেইবোৰ সঠিক কৰোঁ।[৩]
- যিদিনা মই উৰিব নোৱাৰিম, সেইদিনটো মোৰ বাবে দুখৰ দিন হ’ব।[৩]
- শেষ পৰ্যন্ত, আমি কেৱল সেই সুযোগবোৰ গ্ৰহণ নকৰাৰ বাবে আফচোচ্ কৰোঁ।[৩]
- আমাক আগুৱাই নিয়াৰ বাবে জীৱনৰ উত্থান-পতন খুবেই গুৰুত্বপূৰ্ণ, কাৰণ ইচিজিতো এটি সৰল ৰেখা মানে আমাৰ মৃত্যু।"[৩]
- আমি জানি না ভবিষ্যৎ কী ৰাখবে, তবে আমি জানি যে আমি ইতিবাচকভাবে অবাক হব।[৩]
- যদি দ্ৰুতভাবে খোজ কাঢ়িব খোজা, তেন্তে অকলে যোৱা, কিন্তু যদি বহুদূৰ যাব খোজা, একেলগে যোৱা৷[৩]
- জয় কৰাৰ একমাত্ৰ উপায় হ'ল হাৰিবলৈ ভয় নকৰা।"[৩]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Ratan Tata turns 84: Here are 10 inspiring quotes by the visionary. প্ৰকাশক: Moneycontrol News (January 03, 2022). আহৰণ কৰা হৈছে: 15 ছেপ্টেম্বৰ 2022.
- ↑ ৰতন টাটা. "বাণী", ১৭ মাৰ্চ ২০২৩, পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ১৭ মাৰ্চ ২০২৩.
- ↑ ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ ৩.৬ ৩.৭ ৩.৮ ৰতন টাটাৰ অনুপ্ৰেৰণাদায়ক উক্তি. আহৰণ কৰা হৈছে: 16 জুন 2024.