ৰতন টাটা
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক

ৰতন টাটা (জন্ম: ২৮ ডিচেম্বৰ ১৯৩৭) হৈছে ভাৰতৰ এগৰাকী বিশিষ্ট উদ্যোগপতি। ১৯৮১ চনত তেওঁ টাটা উদ্যোগৰ "ডাইৰেক্টৰ" হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৯১ চনত টাটা গ্ৰুপৰ "চেয়াৰমেন" পদত ৰতন টাটাক নিযুক্তি দিয়া হয়।
উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- জীৱনত আগুৱাই যাবলৈ উত্থান-পতনৰ গুৰুত্ব বহুত বেছি। আনকি ই.চি.জিৰ ক্ষেত্ৰটো সমান ৰেখাৰ অৰ্থ — মৃত বুলি ধৰা হয়।[১]
- খাদ্যক আপোনাৰ ঔষধ হিচাপে ব্যৱহাৰ কৰক। নহ’লে আপুনি ঔষধক খাদ্য হিচাপে ব্যৱহাৰ কৰিব লাগিব৷[২]
উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ↑ Ratan Tata turns 84: Here are 10 inspiring quotes by the visionary. প্ৰকাশক: Moneycontrol News (January 03, 2022). আহৰণ কৰা হৈছে: 15 ছেপ্টেম্বৰ 2022.
- ↑ ৰতন টাটা. "বাণী", ১৭ মাৰ্চ ২০২৩, পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ১৭ মাৰ্চ ২০২৩.