সমললৈ যাওক

৬ এপ্ৰিল

ৱিকিউদ্ধৃতিৰ পৰা

বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:

২০২৩
“ঘৃণাৰে ভৰা এখন পৃথিৱীত আমি এতিয়াও আশা কৰিবলৈ সাহস কৰিব লাগিব। খঙেৰে ভৰা এখন পৃথিৱীত আমি এতিয়াও সান্ত্বনা দিবলৈ সাহস কৰিব লাগিব। হতাশাৰে ভৰা এখন পৃথিৱীত আমি এতিয়াও সপোন দেখাৰ সাহস কৰিব লাগিব। আৰু অবিশ্বাসেৰে ভৰা এখন পৃথিৱীত আমি এতিয়াও বিশ্বাস কৰিবলৈ সাহস কৰিব লাগিব।”
~ মাইকেল জেকচন ~