৪ জুলাই

ৱিকিউদ্ধৃতিৰ পৰা

বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:

২০২৩
“তুমিতো জানাই
এই কবিৰ আৰু একো নাই।
এটাই মাথোঁ কামিজ
তাৰো ছিগো-ছিগো চিলাই।
প্ৰেম নিশ্চয় এনেকুৱাই
আবৰণ খুলি হৃদয় জুৰায়।
  (কবিতাৰ শিৰোনাম: ভোগালি)”
~ হীৰেন ভট্টাচাৰ্য ~