সমললৈ যাওক

হিতেশ্বৰ বৰবৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা

হিতেশ্বৰ বৰবৰুৱা এগৰাকী অসমীয়া কবি আৰু বুৰঞ্জীবিদ। ‘জোনাকী’ আৰু ‘বিজুলী’ কাকত দুখনৰ জৰিয়তে কবিতা চৰ্চাত খোজ পেলোৱা বৰবৰুৱাই ঢোপকলি, কমতাপুৰ ধ্বংস, মালচ, চকুলো আদি গ্ৰন্থৰ প্ৰকাশেৰে খ্যাতি অৰ্জন কৰে। কম বয়সতে বুৰঞ্জীবিদ হিচাপেও সুনাম অৰ্জন কৰা বৰবৰুৱাই প্ৰাচীন বুৰঞ্জীৰ আলম লৈ ‘আহোমৰ দিন’ নামৰ নামৰ এখন গ্ৰন্থ লিখি উলিয়ায়। তেখেতে অসম সাহিত্য সভাৰ বুৰঞ্জী শাখাৰ সভাপতি ৰূপেও দায়িত্ব গ্ৰহণ কৰিছিল।

:w:
:w: