হাৰ্বাৰ্ট স্পেন্সাৰ

ৱিকিউদ্ধৃতিৰ পৰা
হাৰ্বাৰ্ট স্পেন্সাৰ

হাৰ্বাৰ্ট স্পেন্সাৰ (ইংৰাজী: Herbert Spencer, ২৭ এপ্ৰিল ১৮২০ – ৮ ডিচেম্বৰ ১৯০৩) এজন ইংৰাজ দাৰ্শনিক আছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. যোগ্য ভোগ্য বসুন্ধৰা।[১]
  2. বিজ্ঞান কবিতাৰ বিৰোধী বুলি বৰ্তমানৰ প্ৰচলিত মতামত এটা ভ্ৰম। ...ভাবি চাওক যে, অনভিজ্ঞ চকুৰ বাবে পানীৰ এটা টোপাল মাথোঁ পানীৰ এটোপাল, যিটো পদাৰ্থবিজ্ঞানীজনৰ চকুত ইয়াৰ পৰিচয় কেৱল এটা পদাৰ্থ, যি এক শক্তিৰ দ্বাৰা একত্ৰিত হৈ আছে; যি শক্তি মুক্ত হ’লে বিজুলীৰ ৰূপত নিজকে প্ৰকাশিত কৰে? আপুনি ভাবিছেনে যে, অনভিজ্ঞসকলে যিটোক অসাৱধান চকুৰে কেৱল বৰফৰ শংকু বুলি চায়, সেইসকলে বৰফৰ শংকুক আচৰিত আৰু বৈচিত্ৰময় বস্তু বুলি ভাবে, কিন্তু উচ্চ চিন্তাৰ ব্যক্তিসকলে শংকুৰ ৰূপবোৰ অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা দেখি উচ্চ চিন্তাৰ ইংগিত দিয়ে? আপুনি ভাবিছে যে সমান্তৰাল আঁচোৰেৰে চিহ্নিত ঘূৰণীয়া শিলটোৱে অজ্ঞান মনত যিমান কবিতা মাতে, সিমানেই কবিতা মাতি আনে, এজন ভূতত্ত্ববিদৰ মনত, কোনে জানে যে এই শিলৰ ওপৰেৰে লাখ বছৰৰ আগতে এটা হিমবাহ ছিটিকি গৈছিল? সত্যটো হ’ল, যিসকলে কেতিয়াও বৈজ্ঞানিক কামত প্ৰৱেশ কৰা নাই, তেওঁলোকে যি কবিতাৰ দশম ভাগৰ এভাগো নাজানে, যাৰ দ্বাৰা তেওঁলোকক আগুৰি আছে।[২]
  3. সময়; যাক মানুহে সদায় হত্যা কৰিবলৈ চেষ্টা কৰি থাকে, কিন্তু তাক হত্যা কৰাৰ চেষ্টাতেই তেওঁ শেষ হয়৷[৩]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. First use of the phrase 'survival of the fittest'. প্ৰকাশক: British Library. আহৰণ কৰা হৈছে: 21 জানুৱাৰী 2022.
  2. Lectures on Education delivered at the Royal Institution of Great Britain, London, 1855, published in "What Knowledge is of Most Worth", The Westminster Review (July 1859) volume CXLI, p. 1-23, at p. 19
  3. Definitions, as quoted in The Dictionary of Essential Quotations (1983) by Kevin Goldstein-Jackson, p. 154