সমললৈ যাওক

সাহিত্য

ৱিকিউদ্ধৃতিৰ পৰা

সাহিত্য (ইংৰাজী: literature) বুলিলে লিখন-শিল্পক বুজায়। গদ্য, পদ্য আৰু নাটক - এই তিনি ধাৰাত প্ৰাথমিকভাৱে সাহিত্যক ভাগ কৰা হৈছে। গদ্যৰ কিছুমান ভাগ হৈছে প্ৰবন্ধ, নিবন্ধ, গল্প ইত্যাদি। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে সাহিত্য।

  1. সাহিত্যৰ মানদণ্ড কেৱল জনপ্ৰিয়তাই নহয়৷ জনপ্ৰিয়তাৰ লগতে জন-কল্যাণৰ পৰিমাণো যথেষ্ট থাকিব লাগে৷ যি সাহিত্য জনহিতৰ প্ৰতিকূলে জনপ্ৰিয়, সেই সাহিত্য মুৰ্খ বন্ধুৰ দৰেই বিপজ্জনক৷[]
  2. যি টিকি যায় বা যিহে সকলো মানুহৰ মুখে মুখে থাকে সাহিত্যৰ ভিতৰত সেয়ে উৎকৃষ্ট সাহিত্য।-শৰৎচন্দ্ৰ গোস্বামী[]
  1. মহন্ত, শ্ৰী বাপচন্দ্ৰ (১৯৬৭)। ভাৰতীয় ধৰ্ম সাধনা। বেদকণ্ঠ, পৃষ্ঠা:১।
  2. সাহিত্য সৌষ্ঠৱত কীৰ্তন. আহৰণ কৰা হৈছে: 18 জুলাই 2025.