সাঁচ:নক্ষত্ৰ পদক

ৱিকিউদ্ধৃতিৰ পৰা

ৱিকিউদ্ধৃতিৰ নক্ষত্ৰ[উৎস সম্পাদনা]

হে ৱিকিসতীৰ্থ, ৱিকিউদ্ধৃতিলৈ আপুনি নিৰন্তৰ আগবঢ়াই অহা অমূল্য বৰঙণিৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ। আপোনাৰ অতুলনীয় কৰ্মস্পৃহা আৰু অসমীয়া ৱিকিউদ্ধৃতিলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই আপোনালৈ এই পদকটি যাচিলোঁ‌। — অসমীয়া ৱিকিমিডিয়া সমাজ