সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/মে'-২০২৪/৩০

ৱিকিউদ্ধৃতিৰ পৰা
“ভাৰতীয় সভ্যতাটো সোনকালে ডেভেলপ হ’বলৈ হ’লে, ৰাজ্যিক ভাষাত দশম শ্ৰেণীলৈ শিক্ষা দিব লাগে৷ তেতিয়া মগজুৰ বিকাশ হয় আৰু মগজুৰ বিকাশ হ’লে সকলোবিলাক কথা অন্তৰৰ পৰা ক’ব পাৰে, ব্যৱহাৰিক হয়৷ সেয়ে মাতৃভাষাটো জৰুৰী৷”
~ যাদৱ পায়েং ~