সাঁচ:আজিৰ উদ্ধৃতি/মাৰ্চ-২০২৪/২৬
অৱয়ব
| “হাতৰ মুঠিতেই ভাল মেলি দিলেই উৰি যায় স্মৃতিৰ ৰঙীন ৰুমাল; মোৰ চিৰদিন, চিৰকাল৷ জানো সঠিক, তেজৰ সমুদ্ৰত আছে প্ৰেমৰ দ্বীপ। উপমাৰ নকৰোঁ অপচয়, প্ৰেম নিৰ্জনতাৰেই প্ৰতীক৷” |
| ~ হীৰেন ভট্টাচাৰ্য ~ |