সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৪/২৭

ৱিকিউদ্ধৃতিৰ পৰা
“ফৰেষ্টৰ যিখন ল’ আছে, সেই ল’ বিলাক মানুহে জনা খুবেই দৰকাৰ৷ আমি জানিবলৈ ইচ্ছা নকৰাৰ বাবে যধেমধে গছ কাটোঁ৷ মানুহ কাটিলে তিনিমাহত জামিন পায়; গছ কাটিলে বা জীৱ-জন্তু মাৰিলে সাত মাহ, সাত বছৰলৈ জেলত থাকিব লাগিব আৰু মৰালৈকে তাৰ কেছটো শেষ নহয়৷ ইমান টান এই বন বিভাগৰ আইনখন৷ ইমানৰ পিছতো আমি ক’লৈ গৈ আছোঁ? আমি কেইটামান টকাৰ বাবে প্ৰকৃতি ধ্বংস কৰিছোঁ।”
~ যাদৱ পায়েং ~