সাঁচ:আজিৰ উদ্ধৃতি/ডিচেম্বৰ-২০২৩/২২

ৱিকিউদ্ধৃতিৰ পৰা
“কোনোবাই কাৰোবাক মুখস্থ কৰা উপদেশ শুনাওক- সেইটো মই মুঠেই কামনা নকৰোঁ৷ মই একান্তভাৱে কামনা কৰোঁ সকলোৱে মুক্তভাৱে, অকৃত্ৰিমভাৱে নিজৰ নিজৰ বক্তব্য পৰিৱেশন কৰক৷”
~ আব্ৰাহাম লিংকন ~