সাঁচ:আজিৰ উদ্ধৃতি/জুলাই-২০২৩/১৬

ৱিকিউদ্ধৃতিৰ পৰা
“আজি সৰ্বশক্তিমান ঈশ্বৰে যিবিলাক কাম কৰিব পাৰে বুলি জনবিশ্বাস আছে, যি অলৌকিক শক্তিৰ বাবে মানুহে ঈশ্বৰক পূজা কৰে, এতিয়াৰ পৰা আশী-নব্বৈ বছৰ পাছত সেই মানুহেই হৈ উঠিব সৰ্বশক্তিমান। ঈশ্বৰে কৰিব পৰা বুলি ভবা কামবোৰ কৰিব পাৰিব মানুহে নিজেই।”
~ মিচ্ছিঅ' কাকু ~