সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৪/২৮

ৱিকিউদ্ধৃতিৰ পৰা
“কটাৰী চিকুণ গুৱা।

টোপনি চিকুণ পুৱা।
ব্যঞ্জন চিকুণ হালধি।
কুটনে চিকুণ খাৰলি।”

~ ডাকৰ বচন ~