সাঁচ:আজিৰ উদ্ধৃতি/এপ্ৰিল-২০২৩/২৫

ৱিকিউদ্ধৃতিৰ পৰা
“জিভাখন তীক্ষ্ণ চুৰিৰ দৰে, ই তেজ নোলোৱাকৈ হত্যা কৰে; দক্ষ ব্যক্তিৰ শব্দই যোদ্ধাৰ হাতত থকা অস্ত্ৰতকৈ অধিক ক্ষতি কৰিব পাৰে।”
~ গৌতম বুদ্ধ ~