সাঁচ:আজিৰ উদ্ধৃতি/আগষ্ট-২০২৪/২
অৱয়ব
“আমাৰ ইন্দ্ৰিয়গ্ৰাহ্য সকলো কথাৰ ব্যাখ্যা আমি দূৰত্ব, ভৰ, আৰু সময়- এই তিনিটা বস্তুৰ ওপৰত ভিত্তি কৰিহে দিওঁ। ঘনে ঘনে গতি পৰিৱৰ্তন কৰা ৰে'ল এখনত উঠিলে আমাৰ এনে অনুভৱ হ'ব যে সময় বৰ ধীৰ গতিৰে পাৰ হৈছে। এনে অৱস্থাত আমি বৰ ধীৰ গতিৰে জীৱন যাপন কৰোঁ।” |
~ বন্দিতা ফুকন ~ |