সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/আগষ্ট-২০২৪/১৬

ৱিকিউদ্ধৃতিৰ পৰা
““বিফলতা” বুলি কোনো বস্তুৱেই নাই— কেৱল পৰিণামহে আছে, যি আনবোৰ সফলতাতকৈ কিছু অধিক সফল। বিফলতাৰ অৰ্থ এইটো নহয় যে আপুনি আপোনাৰ প্ৰচেষ্টাৰ অন্তিম ক্ৰমত উপনীত হৈছে আৰু আগলৈ সেই সফলতা সম্ভৱ নহয়। সফলতা তেতিয়াহে অসম্ভৱ যেন লাগিব, যেতিয়া আপুনি হাৰ মানিব। হাৰ মনাটো চূড়ান্ত সিদ্ধান্ত। কিন্তু প্ৰতিশ্ৰুতিবদ্ধতা আৰু অধ্যৱসায়ৰ সৈতে অব্যাহত ৰখা প্ৰচেষ্টা সফলতালৈ পৰিৱৰ্তন হ’ব পাৰে৷”
~ মনোভাবেই সকলো, (কুল কমল সেনাপতি) ~