সমললৈ যাওক

ষ্টেন লী

ৱিকিউদ্ধৃতিৰ পৰা
২০০৭ চনত ষ্টেন লী

ষ্টেন লী (ইংৰাজী: Stan Lee; জন্মৰ নাম: ষ্টেনলী মাৰ্টিন লিবাৰ; ২৮ ডিচেম্বৰ, ১৯২২ – ১২ নৱেম্বৰ, ২০১৮) আছিল এগৰাকী আমেৰিকান কমিক বুক ৰচয়িতা, সম্পাদক, প্ৰকাশক আৰু প্ৰযোজক। টাইমলী পাব্লিকেশ্বন নামৰ এটা পৰিয়াল-পৰিচালিত ব্যৱসায়ৰ মাজেৰে উত্থান ঘটা লীয়ে পিছলৈ প্ৰতিস্থানটোক মাৰ্ভেল কমিক্সৰ ৰূপ দিয়াৰ লগতে এক প্ৰকাশন প্ৰতিষ্ঠানৰ এটা সৰু বিভাগৰ পৰা কমিক্স আৰু চলচ্চিত্ৰ উদ্যোগত আধিপত্য বিস্তাৰ কৰা মাল্টিমিডিয়া কৰ্পোৰেচনলৈ ইয়াৰ সম্প্ৰসাৰণৰ নেতৃত্ব দিছিল। তেওঁ দুটা দশকজুৰি এই ক্ষেত্ৰখনৰ প্ৰধান সৃষ্টিশীল ব্যক্তিত্ব ৰূপে পৰিগণিত হৈছিল।

  • কমিক্স লেখক হিচাপে আমাৰ গল্পত খলনায়ক থাকিব লাগিছিল। আৰু দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে নাজীয়ে আমাক যুঁজিবলৈ পৃথিৱীৰ আটাইতকৈ ডাঙৰ খলনায়কসকলক দিলে।
  • যদিহে আপুনি কিবা এটাক ভাল বুলি অনুভৱ কৰে, কিবা এটা আপুনি কৰিব বিচাৰে, কিবা এটা আপোনাৰ বাবে অৰ্থপূৰ্ণ হয়, এই কাম কৰিবলৈ যত্ন কৰক।[উৎসৰ প্ৰয়োজন]
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: