শিৰডীৰ সাই বাবা

ৱিকিউদ্ধৃতিৰ পৰা
শিৰডীৰ সাই বাবাৰ আলোকচিত্ৰ

শিৰডীৰ সাই বাবা ভাৰতৰ এগৰাকী সন্ত। তেওঁক হিন্দু-মুচলমান ঐক্যৰ বাবে জনা যায়। তেওঁৰ মূলমন্ত্ৰ আছিল শ্ৰদ্ধা আৰু সবুৰি (সহানুভূতি, কৰুণা)।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. জীৱন এটা সংগীত— ইয়াক গোৱা। জীৱন হৈছে খেল— ইয়াক খেলা। জীৱন এটা প্ৰত্যাহ্বান— ইয়াৰ সৈতে মোকাবিলা কৰা। জীৱন এটা সপোন— ইয়াক উপলব্ধি কৰা। জীৱন হৈছে ত্যাগ— ইয়াক আগবঢ়োৱা। জীৱন হৈছে প্ৰেম— ইয়াক উপভোগ কৰা।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]