লৰ্ড চেষ্টাৰফিল্ড

ৱিকিউদ্ধৃতিৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ফিলিপ ষ্টানহোপ, চেষ্টাৰফিল্ডৰ চতুৰ্থ আৰ্ল

ফিলিপ ডৰ্মাৰ ষ্টানহোপ বা লৰ্ড চেষ্টাৰফিল্ড চেষ্টাৰফিল্ডৰ চতুৰ্থ আৰ্ল, কেজি, পিচি (২২ ছেপ্টেম্বৰ ১৬৯৪– ২৪ মাৰ্চ ১৭৭৩) আছিল এজন ব্ৰিটিছ ৰাজনীতিবিদ, কূটনীতিবিদ আৰু তেওঁৰ সময়ৰ এক প্ৰশংসিত বুদ্ধিজীৱি আছিল।

তেওঁ লণ্ডনত চেষ্টাৰফিল্ডৰ তৃতীয় আৰ্ল ফিলিপ ষ্টানহোপ আৰু লেডী এলিজাবেথ চেভিলৰ ঘৰত জন্মগ্ৰহণ কৰিছিল আৰু ১৭২৬ চনত তেওঁৰ পিতৃৰ মৃত্যুলৈকে লৰ্ড ষ্টানহোপ নামেৰে পৰিচিত আছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ৰাতিপুৱা এঘণ্টা সময় নষ্ট কৰিলে গোটেই দিনটো তাক বিচাৰি থাকিব লাগিব।
  2. প্ৰতি ঘণ্টাৰ বাবে প্ৰতিটো মিনিটক মই লালন-পালন কৰিবলৈ উপদেশ দিওঁ, যিটোৱে তোমালোক সকলোকে লালন-পালন কৰিব।
  3. অপমানতকৈ শাৰীৰিক আঘাত বেছি সোনকালে পাহৰিব পাৰি।[১]
  4. যিসকল মানুহৰ হাতত থাকে প্ৰচুৰ সময়, তেওঁলোকে কাম কৰিবলৈ কাহিনীও সময় নাপায়। অথচ যিসকল সদায় কামতেই ব্যস্ত হৈ থাকে তেওঁলোকৰ কিন্তু নতুন নতুন কাম কৰিবলৈ সময়ৰ অভাৱ নহয়।[২]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. লৰ্ড চেষ্টাৰফিল্ড. "বাণী", পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ৫ ডিচেম্বৰ ২০২২.
  2. মহৎলোকৰ বাণী. আহৰণ কৰা হৈছে: ৫ ডিচেম্বৰ ২০২২.