লুডৱিগ ৱিটগেনষ্টাইন
অৱয়ব
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- যিবোৰ কথা কোৱাটো একান্তই প্ৰয়োজনীয়, সেই কথাবোৰ ক'ব লাগিব অতি স্পষ্ট ভাষাৰে, যি মানুহে স্পষ্ট ভাষাৰে কথা ক'ব নাজানে বা নোৱাৰে তেওঁ নীৰৱ হৈ থকাই শ্ৰেয়।[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ নিয়মীয়া বাৰ্তা, ৩০ মে', ২০২১