সমললৈ যাওক

লুচি লাৰ্কম

ৱিকিউদ্ধৃতিৰ পৰা
লুচি লাৰ্কমৰ আলোকচিত্ৰ

লুচি লাৰ্কম (ইংৰাজী: Lucy Larcom, ৫ মাৰ্চ, ১৮২৪ - ১৭ এপ্ৰিল, ১৮৯৩) লুচি লাৰকম আছিল এগৰাকী আমেৰিকান শিক্ষয়িত্ৰী, কবি আৰু লেখিকা। ১৮৫৪ চনৰ পৰা ১৮৬২ চনলৈকে মেছাচুচেটছৰ নৰ্টনৰ হুইটন ফিমেল চেমিনাৰীৰ প্ৰথম শিক্ষয়িত্ৰীসকলৰ ভিতৰত তেওঁ অন্যতম আছিল।

  1. যিজনে গছ ৰোপণ কৰে, তেওঁ আশা ৰোপণ কৰে।[১]
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: