লুচি লাৰ্কম
অৱয়ব
লুচি লাৰ্কম (ইংৰাজী: Lucy Larcom, ৫ মাৰ্চ, ১৮২৪ - ১৭ এপ্ৰিল, ১৮৯৩) লুচি লাৰকম আছিল এগৰাকী আমেৰিকান শিক্ষয়িত্ৰী, কবি আৰু লেখিকা। ১৮৫৪ চনৰ পৰা ১৮৬২ চনলৈকে মেছাচুচেটছৰ নৰ্টনৰ হুইটন ফিমেল চেমিনাৰীৰ প্ৰথম শিক্ষয়িত্ৰীসকলৰ ভিতৰত তেওঁ অন্যতম আছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- যিজনে গছ ৰোপণ কৰে, তেওঁ আশা ৰোপণ কৰে।[১]