লায়'নেল ৰবিন্স

ৱিকিউদ্ধৃতিৰ পৰা
লায়'নেল ৰবিন্সৰ আলোকচিত্ৰ

লায়'নেল ৰবিন্স (ইংৰাজী: Lionel Charles Robbins; ২২ নৱেম্বৰ ১৮৯৮ – ১৫ মে' ১৯৮৪) আছিল এগৰাকী ব্ৰিটিছ অৰ্থনীতিবিদ।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি।[১][২]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Robbins, Lionel (1932)। An Essay on the Nature and Significance of Economic Science। St. Martin's Street, London। Macmillan & Co., Ltd., পৃষ্ঠা:15।
  2. সৌৰভ প্ৰাণ শৰ্মা (২০১৪)। ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান (নৱম শ্ৰেণীৰ পাঠ্যপুথি)। গুৱাহাটী। অসম মাধ্যমিক শিক্ষা পৰিষদ, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w: