লাচিত বৰফুকন
অৱয়ব
লাচিত বৰফুকন (ইংৰাজী: Lachit Borphukan) আছিল অসমৰ আহোম সাম্ৰাজ্য এজন ফুকন2। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে৷
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- দেশতকৈ মোমাই ডাঙৰ নহয়৷ [উৎসৰ প্ৰয়োজন]
লাচিতৰ বিষয়ে মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- লাচিতৰ দেশপ্ৰেম অতুলনীয়৷ যুগে যুগে লাচিত বৰফুকনৰ আদৰ্শই ভাৰতবাসীক অনুপ্ৰাণিত কৰিব৷