লাচিত বৰফুকন
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
লাচিত বৰফুকন (ইংৰাজী: Lachit Borphukan) আছিল অসমৰ আহোম সাম্ৰাজ্য এজন ফুকনলুং। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে৷
উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]
- দেশতকৈ মোমাই ডাঙৰ নহয়৷ [উৎসৰ প্ৰয়োজন]