সমললৈ যাওক

যোগী আদিত্যনাথ

ৱিকিউদ্ধৃতিৰ পৰা
যোগী আদিত্যনাথ

যোগী আদিত্যনাথ (ইংৰাজী: Yogi Adityanath; জন্মৰ নাম: অজয় সিং বিস্ত; ৫ জুন, ১৯৭২) হ'ল এজন ভাৰতীয় পুৰোহিত তথা এজন হিন্দু জাতীয়তাবাদী ৰাজনীতিবিদ। ২০১৭ চনৰ ভাৰতৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি দলে সংখ্যাগৰিষ্ঠতা লাভ কৰাত যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে ২০১৭ চনৰ ১৯ মাৰ্চত শপত গ্ৰহণ কৰে। ১৯৯৮ চনৰ পৰা যোগীয়ে এতিয়ালৈ উত্তৰ প্ৰদেশৰ গোৰখপুৰ সমষ্টিৰ পৰা একেৰাহে পাঁচবাৰকৈ লোকসভাৰ সাংসদ হৈছে। ইয়াৰ উপৰিও যোগী আছিল গোৰখনাথ মঠ নামৰ গোৰখপুৰৰ এটা হিন্দু মন্দিৰৰ মহন্ত বা মুখ্য পুৰোহিত।

  • নিয়মীয়া জীৱন যাপন কৰিবলৈ মাফিয়াই দয়াৰ ভিক্ষা খুজিছে। আৰু লগতে অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ বাবে সিহঁতে সৎ উপায়েৰে জীৱিকা অৰ্জন কৰিবলৈ বাধ্য হৈছে।
:w:
:w: