সমললৈ যাওক

মিষ্টাৰ ৰাজকুমাৰ

ৱিকিউদ্ধৃতিৰ পৰা

ৰাজকুমাৰ ঠাকুৰীয়া (ইংৰাজী: Rajkumar Thakuriya) অসমৰ এজন সংগীত শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা, ইউটিউৱাৰ, যাৰ জনপ্ৰিয় নাম মিষ্টাৰ ৰাজকুমাৰ বা ৰাকুদা। তেওঁ সাধাৰণতে চলচ্চিত্ৰ আৰু স্বৰচিত গীতৰ ভিডিঅ’ নিৰ্মাণ কৰে আৰু সেইবোৰ ইউটিউবত আপলোড কৰে। তেওঁ নিৰ্মাণ কৰা চলচ্চিত্ৰবোৰৰ কাহিনী, চিত্ৰনাট্য, সংলাপ, গীতি-সাহিত্য, সুৰ আৰু সংগীত তেওঁ নিজেই ৰচনা কৰে; আনকি মুখ্য ভূমিকাতো তেওঁ নিজেই অভিনয় কৰে। চলচ্চিত্ৰৰ তুলনাত মিষ্টাৰ ৰাজকুমাৰৰ গীতৰ ভিডিঅ’ই বেছি ভিউ (view) লাভ কৰিবলৈ সক্ষম হৈছে।[]

  1. মেঁ তুঝে জল মে ভি নহী মাৰুংগা, থল মে ভি নহী মাৰুংগা; মেঁ তুঝে বিনা গুলী সে মাৰুংগা, কেইসে মাৰুংগা তুঝে পতা চলেগা।
    (মই তোক জলতো নামাৰো, থলতো নামাৰো; মই তোক বিনা গুলীৰে মাৰিম, কেনেকৈ মাৰিম, তই গম পাই যাবি৷-ডুপ্লিকেট জেমছ্ ফিনিছৰ সংলাপ)
  1. Mr. Rajkumar (You Tuber) Age, Family, Biography & More. প্ৰকাশক: https://starsunfolded.com/.+আহৰণ কৰা হৈছে: 25 January 2022.