মাৰ্কাছ পৰ্চিয়াছ কেটো

ৱিকিউদ্ধৃতিৰ পৰা

মাৰ্কাছ পৰ্চিয়াছ কেটো (ইংৰাজী: Marcus Porcius Cato; ২৩৪-১৪৯ খ্ৰীষ্টপূৰ্ব) এগৰাকী ৰোমান সৈনিক আৰু ইতিহাসবিদ আছিল৷

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. কোনো মানুহৰ বেয়া জিভা বা কু-চৰ্চাবোৰ নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয়; কিন্তু সৎ জীৱন-যাপন কৰা মানুহে সেইবোৰ আওকাণ কৰি থাকিব পাৰে৷[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. কেটো. "নমস্কাৰ", পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ৫ ডিচেম্বৰ ২০২২.