মাছ

ৱিকিউদ্ধৃতিৰ পৰা

মাছ হৈছে একপ্ৰকাৰৰ জলজ মেৰুদণ্ডী প্ৰাণী। মাছে ফুলৰ সহায়ত উশাহ লয়। ইহঁতৰ আঙুলি অথবা ভৰি নেথাকে। বেছিভাগ মাছেই শীতল ৰক্তৰ প্ৰাণী। পৰ্বতীয়া জল ধাৰাৰ পৰা, অতি গভীৰ সমুদ্ৰ পৰ্যন্ত মাছ পোৱা যায়। বৰ্তমানলৈকে অন্য যিকোনো মেৰুদণ্ডীৰ তুলনাত মাছৰ সৰ্বাধিক, প্ৰায় ৩৩,১০০ টা নথিভুক্ত প্ৰজাতি পোৱা গৈছে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]