সমললৈ যাওক

মঞ্জুল ভাৰ্গৱ

ৱিকিউদ্ধৃতিৰ পৰা

মঞ্জুল ভাৰ্গৱ ভাৰতৰ এগৰাকী বিশিষ্ট গণিতজ্ঞ।

  1. বৈজ্ঞানিক গৱেষণা কৰাটো সঁচাকৈয়ে এক বিচিত্ৰ অনুভূতি। আপুনি এজন অন্বেষণকাৰীৰ দৰে অনুভৱ কৰিব, যেন এজন শিল্পীয়ে ক্ষেত্ৰসমূহত আৰ্হি বিচাৰিবলৈ চেষ্টা কৰিছে য'ত নেকি পূৰ্বতে মানুহে বিশৃংখলতা থকা বুলিহে ভাবিছিল। সেয়েহে বিজ্ঞান কৰাটো এটা বিৰাট দুঃসাহসিক অভিযানৰ দৰে। এইটো বহু আনন্দদায়ক আৰু জগতৰ বাবেও অতি গুৰুত্বপূৰ্ণ।[১]
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:
  1. গণিত বিকাশ দ্বিসপ্ততিতম সংখ্যা. জানুৱাৰী – মাৰ্চ ২০২২.