মই শংকৰদেৱে কৈছোঁ (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

মই শংকৰদেৱে কৈছোঁ মইনা গোস্বামীৰ দ্বাৰা ৰচিত এখন উপন্যাস। প্ৰথম প্ৰকাশ ২০২২ চনৰ নৱেম্বৰ মাহত।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. শিকিবৰ বাবে সাজু হৈ থাকিলে মানুহে কৰা ভুল-শুদ্ধবোৰৰ পৰা অজস্ৰ কথা শিকিব পাৰে।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মই শংকৰদেৱে কৈছোঁ, লেখক মইনা গোস্বামী