ব্ৰুছ লী

ৱিকিউদ্ধৃতিৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

লী জুন-ফেন (২৭ নৱেম্বৰ, ১৯৪০ – ২০ জুলাই, ১৯৭৩) বা পেছাদাৰীভাৱৰ ব্ৰুছ লী এজন হংকং আমেৰিকান মাৰ্চিয়েল শিল্পী, অভিনেতা, পৰিচালক, সমৰ কলা প্ৰশিক্ষক আৰু দাৰ্শনিক আছিল। তেওঁ বিভিন্ন সমৰকলা শাখাৰ পৰা আহৰণ কৰি অনা এক হাইব্ৰিড মাৰ্চিয়েল আৰ্ট দৰ্শন জিত কুনে দোৰ প্ৰতিষ্ঠাপক আছিল যাক প্ৰায়ে আধুনিক মিশ্ৰিত সমৰ কলাৰ (এমএমএ) পথ প্ৰশস্ত কৰাৰো কৃতিত্ব দিয়া হয়। লীক ভাষ্যকাৰ, সমালোচক, সংবাদ মাধ্যম আৰু অন্যান্য সমৰকলা শিল্পীসকলে সৰ্বকালৰ আটাইতকৈ প্ৰভাৱশালী সমৰকলা শিল্পী আৰু পূব আৰু পশ্চিমৰ মাজৰ ব্যৱধান দূৰ কৰা বিংশ শতিকাৰ পপ সংস্কৃতিৰ আদৰ্শ ব্যক্তি বুলি গণ্য কৰে। আমেৰিকান চলচ্চিত্ৰত এছিয়ান লোকসকলক উপস্থাপন কৰাৰ ধৰণ সলনি কৰাত সহায় কৰাৰ কৃতিত্বও তেওঁক দিয়া হয়।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. যদি আপুনি জীৱনক ভাল পায়, সময় অপচয় নকৰিব৷ কিয়নো জীৱন হৈছে সময়ৰ দ্বাৰা গঠিত৷[১]

তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. লী, ব্ৰুছ. "বাণী", নিয়মীয়া বাৰ্তা, ১১ ছেপ্তেম্বৰ, ২০২১, পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ১১ ছেপ্টেম্বৰ ২০২১.