সমললৈ যাওক

ব্ৰায়ান গ্ৰীণ

ৱিকিউদ্ধৃতিৰ পৰা
২০১২ চনত ব্ৰায়ান গ্ৰীণ

ব্ৰায়ান ৰেণ্ডলফ গ্ৰীণ (ইংৰাজী: Brian Randolph Greene) এজন আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী, গণিতজ্ঞ আৰু ষ্ট্ৰিং তত্ত্ববিদ। তেওঁ ১৯৯০–১৯৯৫ চনলৈকে কৰ্নেল বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আছিল। ১৯৯৬ চনৰ পৰা তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ২০০৮ চনত বিশ্ব বিজ্ঞান মহোৎসৱৰ সহ-প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা অধ্যক্ষ হিচাপে কাম কৰি আহিছে।

  1. আপুনি আপোনাৰ মেকুৰীটোক সাধাৰণ আপেক্ষিকতাবাদ শিকাবলৈ যিমানেই চেষ্টা নকৰক কিয়, আপুনি বিফল হ'ব‌ই।[উৎসৰ প্ৰয়োজন]
:w:
:w: