সমললৈ যাওক

ব্লেইজ পাস্কেল

ৱিকিউদ্ধৃতিৰ পৰা
শিল্পীৰ তুলিকাত ব্লেইজ পাস্কেল

ব্লেইজ পাস্কেল (ইংৰাজী: Blaise Pascal, ১৯ জুন ১৬২৩ – ১৯ আগষ্ট ১৬৬২) আছিল একাধাৰে ফৰাচী গণিতজ্ঞ, পদাৰ্থ বিজ্ঞানী, উদ্ভাৱক, দাৰ্শনিক, লেখক আৰু কেথ'লিক ধৰ্মতত্ত্ববিদ।

  1. আমাৰ বহু অশান্তি আৰু সমস্যাৰ মূল কাৰণ হ'ল আমি নিজৰ কোঠালিত দিনটোৰ কিছুসময় নিৰলে আৰু নীৰৱে বহি থাকিব নোৱাৰোঁ।[১]
:w:
:w:
  1. নিৰ্মলা দেৱী (জানুৱাৰী, ২০২১)। “বিক্ষিপ্ত চিন্তাৰ অৱৰোধ আৰু সফলতাৰ মানস চিত্ৰণ”, লক্ষ্য এক মনুষ্যত্ব। গুৱাহাটী। পূৰ্বায়ণ প্ৰকাশন। ISBN: 978-93-90589-83-8